Daily Time Axom
Browsing Tag

Toll Tax

অসমত হ’ব ২৭খন টোলগেট, বিধানসভাত লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ চৰকাৰৰ

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলগেটৰ সংখ্যা। এতিয়াৰে পৰা টোল কৰৰ বোজা সহিব লাগিব জনতাই। ৰাজ্যত হ'ব সৰ্বমুঠ ২৭খন টোলগেট। বৰ্তমান কাৰ্যক্ষম হৈ আছে ৯খন টোলগে'ট। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ৫খন টোলগে'ট কাৰ্যক্ষম হ'ব শীঘ্ৰেই।
Read More...

জনতাৰ মূৰত ৰামটাঙোন! আজিৰে পৰা টোল কৰ, ঔষধ, বিদ্যুতৰ মাচুল বৃদ্ধি

নিউজ ডেস্ক, ১ এপ্ৰিলঃ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনাই জনতাৰ মূৰত ৰামটাঙোন। আজিৰে পৰা টোল কৰ, ঔষধ, বিদ্যুতৰ মাচুল বৃদ্ধি। বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। ৰাজ্যৰ ৭ খনকৈ টোলগেটৰ কৰ ১০ শতাংশ পৰ্যন্ত বৃদ্ধি। ৮০০ বিধ জীৱনদায়িনী ঔষধৰ দাম ১২
Read More...

পুনৰ বৃদ্ধি হ’ব টোল কৰ,৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হ’ব টোল কৰ

নিউজ ডেস্ক, ৩১ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।
Read More...

ৰহা টোলগেটত ভয়ংকৰ ঘটনা, এটা পৰিয়ালক ভয়ংকৰ আক্ৰমণ টোলগেটৰ কৰ্মচাৰীৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ ৰহা টোল গেটত দৌৰাই দৌৰাই প্ৰহাৰ কৰা হ’ল তিনিজনকৈ লোকক ৷ টোল টেক্স আদায় দিয়াৰ বিনিময়ত ৰচিদ বিচৰাৰ বাবে তিনিজনকৈ লোকক ঘুচিয়াই তেজ বাহিৰ কৰে ৷ ২২০ টকাৰ টোল টেক্সৰ বিপৰীতে কৰ্তব্যৰত কৰ্মচাৰীয়ে ৰিচিপ দিবলৈ অস্বীকাৰ কৰি
Read More...