নাথুলাত আৱদ্ধ ৪০গৰাকী পৰ্যটকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান BROৰ
নিউজ ডেস্ক, ২ মে'- নাথুলাত আৱদ্ধ ৪০গৰাকী পৰ্যটকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান সীমান্ত পথ সংস্থা (BRO)ৰ। ধাৰাষাৰ বৰষুণৰ ফলত আৱদ্ধ হৈ পৰে পৰ্যটকসকল। সোমবাৰে সীমান্ত পথ সংস্থাই ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ নাথুলাত আৱদ্ধ হৈ থকা ৪০ গৰাকী পৰ্যটকক!-->…
Read More...
Read More...