গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমনক লৈ যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা
নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব অমিত শ্বাহ। ৭, ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীত হ’ব কেইবাখনো সভাত অংশ গ্ৰহণ কৰিব অমিত শ্বাহে।কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ যান বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি!-->…
Read More...
Read More...