Daily Time Axom
Browsing Tag

Train Accident

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পাছতে পশ্চিমবংগৰ বাঁকোৰাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক, ২৫ জুনঃ পশ্চিম বংগৰ বাংকুড়াত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুখন মালবাহী ৰে'লৰ সংঘৰ্ষত লাইনচ্যুত হয় ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। ষ্টেচনত ৰৈ থকা এখন ৰে'লক আন এখন চলন্ত ৰে'লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ
Read More...

এইবাৰ বকোৰ শিংৰাত আন এক ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক, ৭ জুনঃ এইবাৰ বকোৰ শিংৰাত আন এক ৰে’ল দুৰ্ঘটনা । লাইনচ্যুত হৈ বাগৰিল ১১টা ডবা । জানিব পৰা মতে দুৰ্ঘটনাস্থলীত কোনো লোক হতাহত হোৱা নাই।বকোৰ শিংৰাত দুৰ্ঘটনাত পতিত হোৱা ৰে'লখনে কয়লা কঢ়িয়াই আনিছিল। মালবাহী ৰে’লখনৰ ৬০টা ডবা আছিল বুলি
Read More...

পুনৰ মধ্যপ্ৰদেশত ৰে’ল দুৰ্ঘটনা !

নিউজ ডেস্ক, ৭ জুনঃ পুনৰ মধ্যপ্ৰদেশত ৰে'ল দুৰ্ঘটনা ! লাইনচ্যুত হ'ল এলপিজি কঢ়িয়াই নিয়া দুটাকৈ দবা।ওড়িশাৰ বালাচৰৰ ভয়ানক ৰে'ল দূৰ্ঘটনাৰ পিছতেই এইবাৰ মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত এখন মালবাহী ৰে'লৰ দুটাকৈ দবা লাইনচ্যুত হয়।নিশা ৰে'লখন
Read More...

উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে’লৰ যাত্ৰা বাতিল

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে৷ আনহাতে ৩৯খন ৰে'লৰ যাত্ৰাপথ সলনি কৰা হয়৷ ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল হৈছে। ২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI
Read More...

উৰিষ্যাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত ৯০০ৰো অধিক যাত্ৰী

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা৷ ৰে'ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত হৈছে ৯০০ৰো অধিক ৰে'লযাত্ৰী৷ আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ মালবাহী ৰে'লত খুন্দা চেন্নাইমুখী কৰমণ্ডল এক্সপ্ৰেছৰ৷
Read More...

দুখন ৰে’লৰ প্ৰচণ্ড সংঘৰ্ষ! থিতাতে নিহত ৩২ জন আহত প্ৰায় ৮৫ জন লোক

নিউজ ডেস্ক, ১ মাৰ্চঃ গ্ৰীচত দুখন ৰে'লৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত কমেও ৩২ জন লোক নিহত হোৱাৰ লগতে ৮৫ জনৰো অধিক লোক আহত হয়। আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসাৰ বাবে নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুৰ্ঘটনাটোৰ পিছত ৰে’ল ট্ৰেকৰ কাষত
Read More...

ৰূপহীহাটৰ ৰৌমাৰীত যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত মৃত্যু এজন অচিনাকী লোকৰ

ৰূপহীহাটত ভয়ংকৰ ঘটনা। ৰূপহীহাটৰ ৰৌমাৰীত যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত মৃত্যু এজন অচিনাকী লোকৰ। পুৱা মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কলংপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ খুন্দাত মৃত্যু হয় লোকজনৰ। বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা
Read More...

দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ। বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰিছিল ৰূপম ফুকনে।CIDৰ দীৰ্ঘসময়ৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক। আৰতী তুৰি হত্যাকাণ্ডত জড়িতৰ
Read More...

লখিমপুৰৰ ৰঙাজান চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

নিউজ ডেস্ক, ২ নৱেম্বৰঃ লখিমপুৰ বাইপাছ ৰঙাজান চাৰিআলিত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত। নিহত যুৱক জনৰ নাম নুৰুল ইছলাম। নুৰুল ইছলামে এখন পালচাৰ বাইকেৰে আহি থকা অৱস্থাত একে দিশৰ পৰা অহা AR01H0485এ নম্বৰৰ আই
Read More...

চিলাপথাৰৰ লাইমেকুৰীত ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু

নিউজ ডেস্ক, ৬ অক্টোবৰঃ চিলাপথাৰৰ লাইমেকুৰীত শোকাৱহ ঘটনা ৷ ৰে’লৰ খুন্দাত এজন কিশোৰৰ মৃত্যু ৷ ৰে’লৰ চিৰিত বহি ম’বাইলত গেম খেলি আছিল কিশোৰজনে ৷ মূৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত লাইমেকুৰী ৰেলৱে ষ্টেচনত নামনিমুৱা
Read More...