উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে’লৰ যাত্ৰা বাতিল
নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ফলত ৪৮খন ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে৷ আনহাতে ৩৯খন ৰে'লৰ যাত্ৰাপথ সলনি কৰা হয়৷ ইয়াৰে ভিতৰত অসমলৈ অহা দুখনকৈ ৰে’লৰ চলাচল বাতিল হৈছে।
২ জুনৰ 12509 SMVT BENGALURU- GUWAHATI!-->!-->!-->…
Read More...
Read More...