বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি
নিউজ ডেস্ক, ১৪ জুনঃ বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন, কনিষ্টবল, হোমগাৰ্ডসহ অৰ্ধশতাধিক আৰক্ষীক বদলিৰ নিৰ্দেশনা৷ বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে৷!-->…
Read More...
Read More...