Daily Time Axom
Browsing Tag

Tripura

বিধানসভা চলি থাকোতেই পৰ্ণ ভিডিঅ’ চোৱাত ব্যস্ত ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱ লাল নাথ

নিউজ ডেস্ক, ৩০ মাৰ্চঃ এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ' চালে বিজেপি বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই
Read More...

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ডঃ মাণিক সাহাই

নিউজ ডেস্ক, ৮ মাৰ্চঃ আজি আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত মানিক সাহাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি
Read More...

ঘোষণা হ’ল উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ'ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ'ব নিৰ্বাচনৰ
Read More...

আজি ঘোষণা কৰিব নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজি ঘোষণা কৰা হ'ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। দিনৰ ২.৩০ বজাত আছে ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন। উল্লেখযোগ্য যে,
Read More...

২০২৪ৰ ১ জানুৱাৰীত সম্পূৰ্ণ হ’ব ৰাম মন্দিৰ নিৰ্মাণৰ কাম- ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাত ঘোষণা কৰিলে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰ কেতিয়া মুকলিৰ বাবে সাজু হ’ব। শ্বাহে কয় যে ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাম মন্দিৰ সাজু হ’ব। ত্ৰিপুৰাত নিৰ্বাচনী সমাৱেশৰ
Read More...

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঘৰত আক্ৰমণ, ভাঙি চুৰমাৰ কৰিলে গাড়ী, জ্বলাই দিলে…

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত তাণ্ডৱ দুৰ্বৃত্তৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । কেৱল ইয়াতেই ক্ষান্ত
Read More...

২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব জে পি নাড্ডা

নিউজ ডেস্ক, ২৫ আগষ্টঃ ২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। এই ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি ২৯ আগষ্টতেই গুৱাহাটীৰ উজান বজাৰ স্থিত বিজেপিৰ নৱ-নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰিব
Read More...