Daily Time Axom
Browsing Tag

ULFA

বিজেপি বিধায়কক আলফাই ধনদাবী কৰা নাই, বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে

নিউজ ডেস্ক, ২১ মাৰ্চঃ BJPৰ কেইবাগৰাকীও বিধায়কক আলফা(স্বাধীন)ৰ তৰফৰ পৰা ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে।কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা(স্বা)ৰ পৰা প্ৰদান কৰা হৈছে
Read More...

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত সেনাৰে-উগ্রপন্থীৰ গুলীয়াগুলী

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । সেনা আৰু সন্দেহযুক্ত আলফাৰ মাজত এই গুলীয়াগুলী । আজি পুৱা প্ৰায় ৯ মান বজাত ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা সংঘটিত হৈছে। গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে
Read More...

অচিন্ত মৰাণক আলফা স্বাধীনৰ অমৰ মৃতক ঘোষণা

নিউজ ডেস্ক, ২৫ আগষ্টঃ আলফা স্বাধীনে অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমক অমৰ মৃতক হিচাপে ঘোষণা কৰিছে।আজি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দিছে। ৰূপম অসমৰ স্বাক্ষৰিত বিবৃতিটো উল্লেখ কৰা অনুসৰি যোৱা ১৫ আগষ্টত আলফা স্বাধীন আৰু
Read More...

স্বাধীনতা দিৱসৰ পুৱাই ডিমৌত উৰিল আলফাৰ পতাকা

নিউজ ডেস্ক, ১৫ আগষ্ট: স্বাধীনতা দিৱসত ভয়ংকৰ কূটাঘাতৰ লক্ষ্য আলফা (স্বাঃ)ৰ। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে উজনি অসমৰ কেইবাস্থানতো আলফা (স্বাঃ)ৰ সন্ধানত অসম আৰক্ষী। কূটাঘাতৰ বাবে ম্যানমাৰৰ পৰা আহিছে দল । স্বাধীনতা দিৱসৰ পূৰ্বে শিৱসাগৰৰ ডিমৌত ১
Read More...

স্বাধীনতা দিৱস প্ৰাকক্ষণত চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা, এজন আলফা লিংকমেন আটক

নিউজ ডেস্ক,১৪ আগষ্টঃস্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ।সোণাৰিৰ সাপেখাতীত আলফা লিংকমেন আটক । টাইৰাই গাঁৱৰ জিতু বৰাক তিনি দিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে।আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বিজেপি সদস্যক আটক ।
Read More...