Daily Time Axom
Browsing Tag

Uttarakhand

উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা, দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ৩১ মে'- উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৪১ জন যাত্ৰী কঢ়িয়াই অনা এখন বাছ ২০ মিটাৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুসহ দুজন লোকে। হৰিদ্বাৰৰ চণ্ডী চ’কৰ পৰা প্ৰায় ২০০ মিটাৰ আগুৱাই নাজিবাবাদ অভিমুখে
Read More...

উত্তৰাখণ্ডৰ কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৪ গৰাকীকৈ কয়দী

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ উত্তৰাখণ্ডৰ এটা কাৰাগাৰত HIVৰ আতংক। কাৰাগাৰৰ প্ৰশাসন সূত্ৰই প্ৰকাশ কৰা মতে, কাৰাগাৰৰ ভিতৰত এগৰাকী মহিলাসহ ৪৪ গৰাকী লোক HIVৰ সংক্ৰমিত হৈছে। HIV সংক্ৰমিত কাৰাবন্দীসকলক এখন হাস্পটালত ভৰ্তি কৰোৱা হৈছে। হাস্পটাল
Read More...

হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা – ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা, তাই অসুস্থ হৈ…

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা, ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা। তাই অসুস্থ হৈ পৰিছে।' হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ এদিন আগতে তেওঁ পত্নীক এই কথা কৈছিল। উত্তৰাখণ্ডৰ এটা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ৬ জন
Read More...

উত্তৰাখণ্ডৰ কেডাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ তীৰ্থযাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায়।মৃত লোক সকলৰ ভিতৰত ২ জন পাইলট আৰু ৪ গৰাকী তীৰ্থযাত্ৰী আছিল। এই ঘটনা কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দুৰত
Read More...

উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা। দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰ্বতাৰোহণৰ
Read More...

উত্তৰাখণ্ডত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ, হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডত ভয়ংকৰ প্রাকৃতিক দুৰ্যোগ। উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত সংঘটিত হৈছে এই ঘটনা।হিমস্খলনৰ ঘটনাত আৱদ্ধ ৩০ৰো অধিক পৰ্বতাৰোহী।‘দ্রৌপদী কা দাণ্ডা’ নামৰ পাহাৰৰ চূড়াত আৰোহণৰ চেষ্টা কৰোঁতেই এই ঘটনা সংঘটিত হয়।এই
Read More...

উত্তৰাখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বৰযাত্ৰী কঢ়িওৱা বাছ

নিউজ ডেস্ক, ৫ অক্টোবৰঃ উত্তৰাখণ্ডৰ পৌড়ী গাড়ৱালত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ ৫০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ২১জন লোকক উদ্ধাৰ কৰা হয়। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অতি
Read More...