আজি প্ৰেমৰ দিন অৰ্থাৎ হৃদয় বিনিময়ৰ দিন
নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি ভেলেণ্টাইন ডে’। আজিৰ এই দিনটোত প্ৰেমময় দম্পতীয়ে বিশেষভাৱে উদযাপন কৰা দেখা যায়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়।
আজি এই বিশেষ দিনটোত ৰঙা ৰং পিন্ধে কিয়নো ইয়াক!-->!-->!-->…
Read More...
Read More...