সুখবৰঃ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ আৰম্ভ হ’ব বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ
নিউজ ডেস্ক, ১২ নৱেম্বৰঃ নদী পৰ্যটনত অন্য এক সংযোজন। বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ। ২০২৩ বৰ্ষৰ জানুৱাৰী মাহত এই সেৱা মুকলি হোৱাৰ সম্ভাৱনা আছে।
৫০ দিনীয়া যাত্ৰাত প্ৰায় ৪০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব 'গংগা!-->!-->!-->…
Read More...
Read More...