Daily Time Axom
Browsing Tag

Vehicle

এক বস্তা খুচুৰা পইচাৰে এজন যুৱকে ক্ৰয় কৰিলে নিজৰ সপোনৰ বাহনখন

নিউজ ডেস্ক, ২২ মাৰ্চঃ এক বস্তা খুচুৰা পইচাৰে নিজৰ সপোনৰ বাহনখন ক্ৰয় কৰিলে এজন যুৱকে। এক দুই টকাকৈ নব্বৈ হাজাৰ টকা সঞ্চয় কৰি এখন বাহন ক্ৰয় কৰিলে যুৱকজনে। ছিপাঝাৰৰ এটা বাইক শ্ব-ৰূমত খুচুৰা পইছাৰ দম।৫-৬ বছৰ ধৰি সঞ্চয় কৰি গৈছিল যুৱকজনে।
Read More...

এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পেট্ৰ'ল-ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে এইবাৰ যান-বাহনৰ ওপৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ১৫ বছৰতকৈয়ো পুৰণি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই কৰ। আজি বিধানসভাত উত্থাপন হ'ব এই সম্পৰ্কীয় বিধেয়ক।
Read More...