Daily Time Axom
Browsing Tag

West Bengal

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পাছতে পশ্চিমবংগৰ বাঁকোৰাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক, ২৫ জুনঃ পশ্চিম বংগৰ বাংকুড়াত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুখন মালবাহী ৰে'লৰ সংঘৰ্ষত লাইনচ্যুত হয় ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। ষ্টেচনত ৰৈ থকা এখন ৰে'লক আন এখন চলন্ত ৰে'লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ
Read More...

পশ্চিমবংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১৯ মে'- বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে। এতিয়াৰে পৰা এই ছবিখন পশ্চিম বংগত মুক্তি পাব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ নিষেধাজ্ঞাৰ শুনানি গ্ৰহণ
Read More...

সৌৰভ গাংগুলীলৈ Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ

নিউজ ডেস্ক, ১৭ মে'- ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধিৰ বাবে Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদান পশ্চিমবংগ চৰকাৰৰ। ইতিমধ্যে তেওঁ Y শ্ৰেণীৰ নিৰাপত্তাৰ অধীনত আছিল। Y শ্ৰেণীৰ নিৰাপত্তা ব্যৱস্থাৰ সম্প্ৰসাৰণেৰে
Read More...

এইবাৰ পশ্চিমবংগত নিষিদ্ধ হ’ল THE KERALA STORY

নিউজ ডেস্ক, ৯ মে'- পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে THE KERALA STORY। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিলে এই ঘোষণা। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে কোনোপধ্যেই ঘৃণা সহ্য নকৰে। চৰকাৰৰ মূল উদ্দেশ্য হৈছে শান্তি বজাই
Read More...

পশ্চিম বংগত এক শোকাৱহ ঘটনা! বজ্ৰপাত পৰি প্ৰায় ১৪ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ পশ্চিম বংগত এক শোকাৱহ ঘটনা। বৃহস্পতিবাৰে নিশা পশ্চিম বংগৰ ৫খন জিলাত বজ্ৰপাত পৰি প্ৰায় ১৪ জন লোকৰ মৃত্যু হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে, ৰাজ্যখনৰ বিভিন্ন স্থানত এই লোককেইজনৰ মৃত্যু হয়। মৃত
Read More...

বতৰ বিজ্ঞানীৰ সতৰ্কবাণী- ভাৰতৰ কেইবাখনো ৰাজ্যত হ’ব প্ৰচণ্ড গৰম

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ ভাৰতৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড গৰম। দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-পশ্চিম ভাৰতত হ'ব এইবাৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ। ভাৰতীয় বতৰ বিজ্ঞানীয়ে দিছে সতৰ্কবাণী। পশ্চিম বংগতো বৃদ্ধি পাব উষ্ণতা।লগতে কেইবাখনো ৰাজ্যত
Read More...

পশ্চিমবংগত ৪ দিন পূৰ্বে মুকলি কৰা বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।মুকলিৰ ৪ দিন পাছতেই এই অনাকাংক্ষিত ঘটনা । মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা । শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই । উল্লেখ্য যে, ৪ দিন পূৰ্বে
Read More...

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ংকৰ ঘটনা, প্ৰচণ্ড ধলত উটি গ’ল অৰ্ধশতাধিক লোক

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ গৈ ৮জন লোকে মৃত্যুক সাবটি লোৱাৰ লগতে নিখোজ হৈ পৰিছে বহুজন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত। জিলাখনৰ মালনদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ
Read More...

২৬ বছৰ বয়সত চিৰবিদায় মাগিলে বিশ্বৰ অন্যতম বয়স্ক বাঘ ‘ৰাজা’ই

নিউজ ডেস্ক, ১২ জুলাইঃ পশ্চিম বংগৰ বন্দী হৈ থকা আটাইতকৈ পুৰণি ৰয়েল বেংগল টাইগাৰ ‘ৰাজা’ৰ আলিপুৰদুৱাৰ জিলাৰ জলদাপাৰা বনাঞ্চলত থকা আশ্ৰয়স্থলত মৃত্যু হয়। ২৫ বছৰ আৰু ১০ মাহ বয়সত দেশৰ আটাইতকৈ পুৰণি জীৱিত বাঘৰ ভিতৰত অন্যতম ৰাজাই সোমবাৰে উত্তৰ
Read More...