Daily Time Axom
Browsing Tag

World

সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ…

'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক আভিজাত উদযাপন। পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ
Read More...

পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান মানুহ কোনখন দেশত বাস কৰে জানেনে

এটা পুৰণি কথা আছে যে প্ৰতিভা অবিহনে ইতিহাস ৰচনা কৰিব নোৱাৰি। এলবাৰ্ট আইনষ্টাইন, নিউটন, ষ্টিফেন হকিং আদিৰ দৰে প্ৰতিভাশালী যিসকলে নিজৰ উদ্ভাৱনী শক্তি আৰু ধাৰণাৰে এতিয়াও জীয়াই আছে। এই অসাধাৰণ লোকসকলে আমাক নতুন দিশ দেখুৱাইছে আৰু
Read More...

১২ বছৰৰ পিছত প্ৰয়াগত মহা কুম্ভ, ১২ বছৰৰ পিছত কিয় হ’ল মহা কুম্ভ! ইয়াৰ আঁৰত এটা কাহিনী আছে

১২ বছৰৰ পাছত মহাকুম্ভৰ আয়োজন কৰা হয়। দেৱ-অসুৰৰ যুদ্ধৰ বাবে কিয় আৰু কেনেকৈ কুম্ভ আৰম্ভ হৈছিল... উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃহৎ পৰিসৰত চলি আছে কুম্ভমেলা। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হয়, যিটো এইবাৰ উত্তৰ প্ৰদেশত ১৩
Read More...

বাৰাক ওবামা কি পুনৰ প্ৰেমত পৰিছে নেকি ,চৰ্চা অব্যাহত

আমেৰিকাত হুলস্থুল। কিন্তু পুনৰ প্ৰেমত পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা। বাৰাক ওবামা আৰু তেওঁৰ পত্নী মিচেল ওবামাই আমেৰিকাৰ প্ৰিয় শক্তিশালী দম্পতীৰ খিতাপ লাভ কৰিছে। কিন্তু বাৰাক ওবামা পুনৰ প্ৰেমত পৰিছে বুলি চৰ্চা চলিছে। এই
Read More...

পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ, অধিবক্তাক হত্যা

ইস্কনৰ সন্ন্যাসী চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত অস্থিৰ হৈ পৰিছে বাংলাদেশ। মঙলবাৰে তেওঁক চট্টগ্ৰামৰ আদালতলৈ লৈ যোৱা হৈছিল। সেই সময়ত তেওঁৰ অনুৰাগীৰ সৈতে অধিবক্তাৰ সংঘৰ্ষ হৈছিল। যাৰ বাবে এজন অধিবক্তাক হত্যা কৰা হয়। বাংলাদেশৰএই অগ্নিময়
Read More...

Sports-ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ

এখন নহয় একেলগে দুখনকৈ Academy ৰ কাম চলি আছে উত্তৰ গুৱাহাটীত ।উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুঙ ডেকাবাৰী গাৱত নিৰ্মাণ কৰি থকা হৈছে Academy দুখন ।Academy দুখনৰ এখন হ'ব ফুটবল Academy আৰু
Read More...

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিদ্যালসমূহত ব্যাপক উৎসাহ

নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী পকোৱা এম ই স্কুল আৰু জনকল্যাণ জাতীয় বিদ্যালয়ত চলি আছে সহযোগিতামূলক চা -চিনাকি পৰ্ব আৰু দৈহিক উৎকৰ্ষ সাধন কৰিবপৰা খেল ধেমালিৰ। উল্লেখ্য যে বিদ্যালয় শিক্ষা বিভাগৰ পৰা অহা
Read More...

পুনৰ পিতৃ হ’ল ৰোহিত , এইবাৰ ঘৰলৈ আহিল পুত্ৰ

টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা দ্বিতীয় বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে। শুকুৰবাৰে নিশা ৰোহিতৰ পত্নী ঋতিকা সচদেৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা নাই ৰোহিত বা তেওঁৰ পৰিয়ালৰ সদস্যই।
Read More...

খেল মহাৰণত এইবাৰ টাইকোৱানডো

ৰাজ্যৰ টাইকোৱানডো খেলুৱৈ সকলৰ বাবে আনন্দৰ খবৰ ।অনাগত দিনত খেল মহাৰণত অন্তৰ্ভুক্ত হ'ব টাইকোৱানডো ।ইয়াৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যৰ ৩৫ খন জিলাৰ হাজাৰ হাজাৰ টাইকোৱানডো খেলুৱৈ ।এই কথা সদৰি কৰিছে সদৌ অসম টাইকোৱানডো সন্থাৰ কাৰ্যকৰী সভাপতি
Read More...