Daily Time Axom
Browsing Tag

World

অসমৰ ১১ যুৱকৰ ১৮ হাজাৰ ৫০০ ফুট উচ্চতাত অৱস্থিত শ্ৰীখণ্ড কৈলাস যাত্ৰা সমাপ্ত

অসমৰ পৰা Trekker of Assam নামৰ দলটোৱে শ্ৰীখণ্ড মহাদেৱ কৈলাসত অসমৰ আবেগ অসমীয়া গামোচা হাতত লৈ জয় আই অসম ধ্বনিৰ দিয়া পৰিলক্ষিত হয়। সহনশীলতা আৰু দলীয় কাম কাজৰ এক উল্লেখযোগ্য কৃতিত্বৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এঘাৰজনীয়া দুঃসাহসিক দলে এই…
Read More...

উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত…

বানপানীৰ বাবেহে বিদ্যুত সেৱা অনিমীয়া হয় । বানপানী শেষ হ'লেই বিদ্যুত সেৱা নিয়মিয়া হ'ব। এই মন্তব্য শক্তি আৰু সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ । উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিলৈ পাঁচ বিঘা ভূমি আৱন্টনৰ ঘোষণা সমবায় মন্ত্ৰী…
Read More...

কোকিলাত ভুৱা সাংবাদিকৰ অতপালি

নিজ গৃহত সাংবাদিকৰ ফলক লগাই লুটপাত সাধাৰন জনতাৰ পৰা। বঙাইগাঁৱৰ কোকিলাত ভুৱা সাংবাদিকৰ অতপালি। নিজ গৃহত সাংবাদিকৰ ফলক লগাই লুটপাত সাধাৰণ জনতাৰ পৰা। স্থানীয় ৰাইজে ভুৱা সাংবাদিকৰ গাড়ীসহ পিতৃ - ভাতৃক গতাই দিলে আৰক্ষীক। বঙাইগাঁও জিলাৰ কোকিলাত…
Read More...

নামতি চাৰিআলি গণক আদৰ্শ গাঁও যুৱ সমাজৰ প্ৰশংসনীয় পদক্ষেপ

ৰাজ্যত বানৰ বিভষিকা । যাৰ ফলত এতিয়া বহু লোকে হেৰুৱাইছে বাসস্থান । তেনে সময়তে, শিৱসাগৰ জিলাৰ নামতি চাৰি আলিৰ গণক আদৰ্শ গাঁও যুৱ সমাজে হাতত লৈছে এক আদৰণীয় পদক্ষেপ । আদৰ্শ গাঁও যুৱ সমাজে আজি জিলাখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত টিন পাত…
Read More...

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে

বৃহস্পতিবাৰে পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদলৈ উভতি আহে হেমন্ত ছ’ৰেনে। আজি বিয়লি ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলৰ মুৰব্বী ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শেহতীয়াকৈ পাঁচ মাহ কাৰাগাৰত কটোৱা হেমন্ত ছ’ৰেনক মুকলি কৰি দিয়া হৈছে।…
Read More...

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰৰ

বিগত দুদিনে বান কিছু পৰিমানে হ্ৰাস পাইছে যদিও এই ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে গৃহহীন কৰিছে বহু লোকক। ব্ৰহ্মপুত্ৰৰ বানে ক্ষতিসাধন কৰি পানীৰে ডুবাইছে বিভিন্ন বিদ্যালয়, অংগনবাদী কেন্দ্ৰকে আদি কৰি নদী কাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ লোকৰ ঘৰ-বাৰী।…
Read More...

কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনিৰ ওপৰত কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাৰ…

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি "অমৃত সৰোবৰ" ৰূপায়নৰ ওপৰত আজি কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে ৷ নগাঁও জিলাৰ বিভিন্ন উন্নয়ণ খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনি তুলনামূলকভাৱে…
Read More...

নাজিৰা,শিমলুগুৰি আৰু চূণপোৰাৰ বিভিন্ন স্থানত দিখৌ নদীৰ বানত শ শ পৰিয়াল আক্ৰান্ত

দিখৌ নৈৰ প্ৰবল বানপানীৰ ফলত নাজিৰা, শিমলুগুৰিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়াল আক্ৰান্ত হৈছে | ওপৰ নাজিৰা, দিখৌ পৰীয়া, তেতেলিগুৰি, লুঠুৰী গাঁও, লিকছন গাঁও, বালি গাঁও, মিছিং গাঁও, বাইলুং গাঁও, বগৰীগুৰি আদি অঞ্চলত প্ৰবল বানত হাজাৰ হাজাৰ লোক…
Read More...

লখিমপুৰ আৰু মাজুলী দুয়োখন জিলাকে সুৰক্ষিত কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীৰ

আজি অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই বগীবিল দলঙৰ পৰা মাতমৰা (ঢকুৱাখনা)লৈ, বিশেষকৈ বান্দানাৰ পৰা বাঘচুকলৈকে প্ৰসাৰিত ব্ৰহ্মপুত্ৰৰ পাৰৰ মথাউৰি আৰু গঢ়াখহনীয়া পৰিদৰ্শন কৰে ৷ তেখেতে খহনীয়া প্ৰতিৰোধী কাৰ্যৰ বাবে ৯০ কোটি টকা ব্যয়সাপেক্ষ…
Read More...

নৱাগত ৰমেন বৰঠাকুৰক কাষত বহুৱাই ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল

"ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাঁও পানীৰ তলত আছে। ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোকসকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা…
Read More...