Daily Time Axom
Browsing Tag

World

নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত সজাগতা সভা

মৰিগাঁও আৰক্ষী,মৈৰাবাৰী নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সৌজন্যত ভাৰতত নতুনকৈ প্ৰযোজ্য হোৱা নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত আজি এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ন্যায় সংহিতা-২০২৩ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু ভাৰতীয় সাক্ষ্য…
Read More...

আজিৰে পৰা দেশত বলৱৎ হ’ব ৩খন নতুন আইন

সৰভোগ আৰক্ষী থানাত সজাগতা সভা। আজিৰে পৰা দেশত প্ৰৱৰ্তন হ'ব অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন ৷ ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম,এই তিনি আইন সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাত এখন সজাগতা…
Read More...

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ বাসগৃহ ভাঙি সোমাবলৈ চেষ্টা কৰা চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ বাসগৃহ ভাঙি সোমাবলৈ চেষ্টা কৰা চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ নহয় ১০ ডাউনিং ষ্ট্ৰীটৰ সুনকৰ উত্তৰ ইংলেণ্ডৰ ঘৰৰ বাহিৰত গ্ৰেপ্তাৰ কৰা হয় সন্দেহযুক্ত লোককেইজনক।…
Read More...

অহা মাহত অষ্ট্ৰিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অহা মাহৰ দ্বিতীয় সপ্তাহত অষ্ট্ৰিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কূটনৈতিক সূত্ৰ অনুসৰি মস্কো ভ্ৰমণৰ প্ৰস্তাৱৰ পিছত তেওঁ ভিয়েনালৈ যাব পাৰে। যোৱা চাৰিটা দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে মধ্য ইউৰোপৰ এই দেশখন ভ্ৰমণ…
Read More...

টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ শেফালীৰ

ভাৰতৰ শ্বেফালী ভাৰ্মাই মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। শুকুৰবাৰে চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা একমাত্ৰ টেষ্টৰ প্ৰথম দিনটোত ১৯৪ বলত দ্বৈত শতক অৰ্জন কৰি শ্বেফালীয়ে নজিৰ গঢ়ি…
Read More...

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। শনিবাৰে পুৱা যথাযথ ধৰ্মীয় আড়ম্বৰেৰে জম্মু-কাশ্মীৰত এইবাৰৰ বাৰ্ষিক অমৰনাথ যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। কটকটীয়া নিৰাপত্তাৰ অধীনত পহলগাঁও আৰু বাল্টাল দুয়োটা পথতে পবিত্ৰ গুহাটোৰ দিশে যাত্ৰা আৰম্ভ কৰে প্ৰথমটো…
Read More...

সৰভোগৰ বান্দৰখোৱাত ৰে’লৱে ক্ৰচিং বা আণ্ডাৰ গ্ৰাউণ্ড পথৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ

৩ নং বৰপেটা লোকসভাৰ অন্তৰ্গত ২৪ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ বৃহৎ এলেকা বান্দৰখোৱা,নিজদমকা ,সাহপুৰ,জামাদাৰ বড়ি,সৰভোগ গাঁও আদি কৰি প্ৰায় ১০খন গাঁওৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত এক জটিল সমস্যাত ভূগি আছে,প্ৰায় ১০ খন গাঁৱৰ ৰাইজে যুগ যুগ ধৰি…
Read More...

দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবেই চৰম সিদ্ধান্ত লৈছিল দীপাংকৰে-আপ বলপূৰ্বক দোষী সাব্যস্ত কৰিব বিচৰাৰ পৰিণতি দীপাংকৰৰ মৃত্যু-আপ এন আই এৰ চাৰ্জশ্বিটে উদঙাই দিলে ৰাজ্যৰ গৃহ বিভাগৰ স্বৰূপ যোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা…
Read More...

স্তন কেন্সাৰত আক্ৰান্ত হিনা খান

সম্প্ৰতি কৰ্কট ৰোগ মহামাৰীলৈ পৰিণত হৈছে। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় মহিলাৰ সংখ্যা দিনক দিনে বাঢ়িছে। ইয়াৰ পূৰ্বে মনীষা কৈৰালা আৰু সোণালী বেন্দ্ৰেৰো দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰিছিল। এই ৰোগ অতিক্ৰম কৰি তেওঁলোক স্বাভাৱিক…
Read More...

কৰ্ণাটকত ৰখাই থোৱা ট্ৰাকত যাত্ৰী ভৰ্তি বাছে খুন্দা মৰাত ১৩ জন তীৰ্থযাত্ৰীৰ মৃত্যু, ৪ জন আহত

কৰ্ণাটকত বাছ দুৰ্ঘটনাত ১৩ জন নিহত শুকুৰবাৰে পুৱা যাত্ৰীবাহী বাছখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে। সেই বাছখনত ১৭ জন লোক আছিল। কৰ্ণাটকৰ বেলগাৱী জিলালৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে…
Read More...