Daily Time Axom
Browsing Tag

World

১৮ বছৰৰ তলৰ লোকৰ বাবে ইনষ্টাগ্ৰামে কি ব্যৱস্থা গ্ৰহণ কৰিছে

১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইনষ্টাগ্ৰামৰ
Read More...

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতি গঠন

নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।আমছুৰ নগাঁও জিলা সমিতিৰ নিৰ্দেশ মৰ্মে কচুৱা মাৰ্কাজ একাডেমিৰ প্ৰেক্ষাগৃহত শতাধিক আমছু কৰ্মীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৫১ জনীয়া নৱ নিৰ্বাচিত
Read More...

সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত

MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক ফটো মাৰিবলৈ আহিবৰ দিনা ফটো তুলিব নিদি উত্তেজিত ৰাইজে খেদি পঠিয়ায়।
Read More...

সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত!

ঘটনাটো সংঘটিত হৈছে (আজি মঙ্গলবাৰ ১০ ছেপ্টেম্বৰ) ৰাতিপুৱা ৭.৩০ বজাত । MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক
Read More...

ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী

ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী। ছোৱালীজনীৰ শাৰীৰিক গঠনৰ পৰিৱৰ্তন প্ৰথমে পৰিয়ালটোৱে বুজি পোৱা নাছিল। সঘনাই অসুস্থ হৈ পৰাৰ পিছত গৰ্ভৱতী হোৱা বুলি চিকিৎসকে জনোৱাত পৰিয়ালটোৰ চকু ডাঙৰ হৈ পৰে। অৱশেষত আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিজনৰ
Read More...

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সমুখত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ অনুষ্ঠান

আজি AIUDF ৰ কমিটি গঠনাথে্দক্ষিণ শালমাৰা মানকাচৰ জিলাত এখন সাধাৰণ সভা আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সমুখত AIUDF ৰ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ জিলা কমিটিৰ বিষয়ে এখন
Read More...

নাজিৰাত ডাক বিভাগ শিমলুগুৰি উপ-সংমণ্ডলৰ উদ্যোগত সজাগতা সভা

নাজিৰাত ডাক বিভাগৰ শিমলুগুৰি উপ- সংমণ্ডলৰ উদ্যোগত আজি নাজিৰা চাহ মজদুৰ সংঘৰ সভাগৃহত 'ডাক চৌপাল কাৰ্যসূচী' ৰ এখনি সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ডাক সেৱাৰ যোগেদি উপলব্ধ বিভিন্ন সেৱাৰ বিষয়ে জনসাধাৰণক সজাগ তথা কেনেদৰে এই সেৱা
Read More...

উত্তৰ গুৱাহাটী মাজগাঁও পাৰঘাটত অঘটন

কামৰূপৰ উত্তৰ গুৱাহাটীৰ পাৰঘাটত ঘটিল অঘটন। জাহাজত উঠিবলৈ গৈ থিয় পথৰ পৰা পিছলি পৰিল যাত্ৰী । কথমপি প্ৰাণৰক্ষা বাইক আৰোহীৰ । বৰষুণ পৰি ঘাটটো পিছল হোৱা বাবে মাজগাঁও ঘাটৰ ফেৰী সেৱা স্থানান্তৰ । উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটলৈ ফেৰী সেৱা
Read More...

নাজিৰাত সাপ উদ্ধাৰ কৰিবলৈ গৈ বিপদত যুৱ বনকৰ্মী

⭕⭕অজগৰ সাপে দংশন কৰিলে ত্ৰিদীপ লাচিতক নাজিৰাৰ বিহুৱৰত অঘটন | সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | বিহুৱৰ মাজ গাওঁ অঞ্চলৰ এখন খেল পথাৰত ৰাইজে এটা অজগৰ সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিহুবৰ খণ্ড বন বিভাগক | প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল
Read More...

দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷ ১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ
Read More...