ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বানাক্ৰান্তৰ কাষত
আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধিং সমষ্টিৰ কেইবাখনো বন্যাৰ্ত অঞ্চল পৰিদৰ্শন কৰে।
বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ ল'বলৈ প্ৰথমে ডুমডুমীয়া,শূইচগেট,যাৰমাৰি, জেঙণি আৰু ধিঙৰ বিভিন্ন প্লাৱিত অঞ্চলত উপস্থিত হৈ ৰাইজক…
Read More...
Read More...