Daily Time Axom

Laxmi Bomb” ত অভিনয় কৰিছে অসম সন্থান তৰুণ আৰোৰাই

0 18

ডিজিটেল ডেস্কঃ ৯ নৱেম্বৰত মুক্তি লাভ কৰা অক্ষয় কুমাৰৰ নতুন চিনেমা “Laxmi Bomb” ত খলনায়ক চৰিত্ৰত অভিনয় কৰিছে অসম সন্থান তৰুণ আৰোৰাই। মুক্তিৰ পূৰ্বেই চচ্চালৈ অহা এই চিনেমাখনত অক্ষয় কুমাৰৰ বিপৰীতে গিৰিজা শংকৰ চৰিত্ৰত অভিনয় কৰিছে অৰোৰাই। অৰুণ অৰোৰা অসমৰ গুৱাহাটীৰ সন্তান। অভিনয় আৰু মডেলিংত ৰাপ থকা তৰুণ অৰোৰাই ১৯৯৯ চনত Pyaar Mein Kabhi Kabhi নামৰ চিনেমাখনৰ যোগেদি অভিনয় জগতত খোজ পেলায়। অন্যহাতে ২০০৪ চনত Hawas নামৰ হিন্দী ছবিখনত মূখ্য ভূমিকাত অভিনয় কৰে। পৰৱৰ্তী সময়ত বিভিন্ন জনপ্ৰিয় ছবিত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মুহি আহিছে অভিনেতাজনে।

Leave A Reply

Your email address will not be published.