অভিনেত্রী হিনা খান আক্রান্ত হ’ল ক’ভিডত
ডিজিটেল ডেস্কঃবলিউড অভিনেত্রী হিনা খান আক্ৰান্ত হ’ল কৰ’নাত। হিনা খানে ছ’চিয়েল মিডিয়াৰ যোগে নিজেই অৱগত কৰিছে এই বিষয়ে লগতে কয় যে তেওঁৰ লগতে পৰিয়ালৰ লোকো আক্রান্ত হৈছে কৰ’নাত। তেওঁ কয় যে, সম্পূর্ণ ক’ভিড প্ৰট’কল মানি চলিছিল যদিও কৰ’নাত আক্রান্ত হ’ল তেওঁ লগতে তেওঁৰ পৰিয়ালৰ লোক।