Daily Time Axom

মুছলমান হৈয়ো আপুনি মন্দিৰ কিয় দৰ্শন কৰিছে? কেদাৰনাথ মন্দিৰ দৰ্শন কৰা অভিনেত্ৰী চাৰা আলী খানক ট্ৰল !

0 11

চেলিব্ৰিটিসকল প্ৰায়ে কিছুমান কাৰণত ট্ৰ’লৰ সন্মুখীন হয় ৷ এইবাৰ অভিনেত্ৰী চাৰা আলী খানে কেদাৰনাথ মন্দিৰ দৰ্শনৰ ফটো শ্বেয়াৰ কৰাৰ বাবে ট্ৰ’লৰ সন্মুখীন হৈছে । চাৰা আলী খানে অলপতে জাহ্নৱী কাপুৰৰ সৈতে কেদাৰনাথ ভ্ৰমণ কৰি তাৰ এটা মন্দিৰ দৰ্শন কৰিছিল। চাৰাই নিজৰ ভ্ৰমণৰ বিষয়ে ইনষ্টাগ্ৰাম একাউণ্টত কিছুমান ধুনীয়া ফটো শ্বেয়াৰ কৰিছিল য’ত ছাৰাই মন্দিৰ ভ্ৰমণৰ ফটো আছিল।
ফটো পোষ্ট কৰাৰ পিছত বহুতে অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰিছে কিন্তু তেওঁলোকৰ কিছুমানে ট্ৰল কৰা আৰম্ভ কৰিছে এইদৰে- আপুনি মুছলমান হৈ আপুনি মন্দিৰ কিয় দৰ্শন কৰিছে?

Leave A Reply

Your email address will not be published.