Daily Time Axom

কামৰূপ মহানগৰ জিলাত নতুন উপায়ুক্ত পল্লৱগোপাল ঝাৰ কাৰ্যভাৰ গ্ৰহণ

0 10

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে পল্লৱ গোপাল ঝায়ে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে ঝায়ে ৷ নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে কাৰ্যক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত স্থলাভিষিক্ত হোৱাৰ আগতে পল্লৱ গোপাল ঝায়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাবে থকা বিশ্বজিৎ পেগুৱে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব

Leave A Reply

Your email address will not be published.