Daily Time Axom

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ’লালচালাম’

0 11

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ১৭ নৱেম্বৰত তেওঁৰ প্ৰথম খন উপন্যাস ‘লাল ছালাম’ প্ৰকাশৰ কথা ঘোষণা কৰিছে। কিতাপখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ’ব। কিতাপখন ২৯ নৱেম্বৰত ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব। বুধবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ কয় যে ইয়াক আমাজনৰ পৰা কিনিব দিব পাৰিব।
কিতাপখনে “আধুনিক জীৱনৰ অন্তৰ্নিহিত দৈনন্দিন সংগ্ৰাম আৰু নৈতিক দ্বিধাবোৰক মানৱীকৰণ কথা আছে।” ইয়াত লগতে আইনৰ সেৱা কৰা সাহসী লোকসকলৰ কাহিনীও।
বাতৰি অনুসৰি, কিতাপখনত বিক্ৰম প্ৰতাপ সিং নামৰ এজন বিষয়া আৰু তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰা হৈছে। ইৰাণীয়ে তেওঁৰ কিতাপখনৰ বিষয়ে কয়, “কাহিনীটো যোৱা কেইবছৰমান ধৰি মোৰ মনত চলি আছিল সেয়ে ইয়াক কাগজত ৰাখিব বিচৰাটো উপেক্ষা কৰিব নোৱাৰিলো।” এতিয়াৰে পৰা লেখিকা হিচাপে নতুনকৈ পৰিচিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ১৭ নৱেম্বৰত তেওঁৰ প্ৰথম খন উপন্যাস ‘লাল ছালাম’ প্ৰকাশৰ কথা ঘোষণা কৰিছে। কিতাপখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ’ব। কিতাপখন ২৯ নৱেম্বৰত ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব। বুধবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ কয় যে ইয়াক আমাজনৰ পৰা কিনিব দিব পাৰিব।
কিতাপখনে “আধুনিক জীৱনৰ অন্তৰ্নিহিত দৈনন্দিন সংগ্ৰাম আৰু নৈতিক দ্বিধাবোৰক মানৱীকৰণ কথা আছে।” ইয়াত লগতে আইনৰ সেৱা কৰা সাহসী লোকসকলৰ কাহিনীও।
বাতৰি অনুসৰি, কিতাপখনত বিক্ৰম প্ৰতাপ সিং নামৰ এজন বিষয়া আৰু তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰা হৈছে। ইৰাণীয়ে তেওঁৰ কিতাপখনৰ বিষয়ে কয়, “কাহিনীটো যোৱা কেইবছৰমান ধৰি মোৰ মনত চলি আছিল সেয়ে ইয়াক কাগজত ৰাখিব বিচৰাটো উপেক্ষা কৰিব নোৱাৰিলো।”

Leave A Reply

Your email address will not be published.