Daily Time Axom

শিখ ধৰ্মৰ মূল উৎসৱ গুৰু নানক জয়ন্তী উপলক্ষে আজি নগাঁৱত আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । সমগ্ৰ বিশ্বতে উদযাপিত এই পৱিত্ৰ উৎসৱে সমাজলৈ মানৱতাৰ বাণী, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ গৌৰৱ গগৈৰ ৷

0 13
Leave A Reply

Your email address will not be published.