এইবাৰ ৰক্ষা নাই ! আধুনিক যন্ত্ৰেৰে ধান কাটিলে মন্ত্ৰী অতুল বৰাই ৷
মঙলবাৰে ক্ষেত্ৰীৰ উলুৱনি পথাৰত আধুনিক যন্ত্ৰৰে ধান কাটিলে কৃষিমন্ত্ৰী অতুল বৰাই।
উদ্যান শস্য বিভাগৰ সহযোগ তথা Mission Organic Value Chain Development for North-Eastern Region (MOVCD- NER) আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াস্থিত Tetelia Agro Organic Producer Company Ltd জৈৱিক কৃষি উৎপাদক কোম্পানীটোৰ এটি অত্যাধুনিক ধান কটা যন্ত্ৰ (Paddy Harvesting Machine)ৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ।