শনিবাৰৰ পৰা ভেকচিন নোলোৱাসকলৰ সকলো ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ ৷ চৰকাৰী কৰ্মচাৰী যাব নোৱাৰিব কাৰ্যালয়লৈয়ো ৷ ভেকচিন নোলোৱা সকল কেৱল যাব পাৰিব হাস্পতাললৈ ৷ এই প্ৰসংগত ৰাজ্য চৰকাৰে ওলিয়াইছে বিশেষ ৰাজহুৱা জাননী ৷

Comments (0)
Add Comment