মুম্বাইত ৰতন টাটাক ‘অসম বৈভৱ’ বঁটা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে Assamৰাষ্ট্ৰীয় By admin On Feb 16, 2022 0 8 Share বিশিষ্ট উদ্যোগপতি, টাটা ট্রাষ্টৰ অধ্যক্ষ ৰতন নভেল টাটাক মুম্বাইত সাক্ষাৎ কৰি ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ 0 8 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail