Daily Time Axom

কাৰ্বি আংলং আৰক্ষীৰ সফলতা ,১.০৪ কিলোগ্ৰাম হেৰোইন জব্দ

0 38

অসম আৰক্ষীয়ে প্ৰতিদিনে নতুন সাফল্যৰ সৈতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে!
কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানত ১.০৪ কিলোগ্ৰাম হেৰোইন উদ্ধাৰ কৰিছে। অভিযানটোত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.