Daily Time Axom

হাতত পিতৃৰ গ্ৰন্থ লৈ ‘বিশ্ব গ্ৰন্থ দিৱস’ৰ শুভেচ্ছা শচীন তেণ্ডুলকাৰৰ

0 8

আজি ‘বিশ্ব গ্ৰন্থ দিৱস’ ৷
বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে হাতত সাহিত্যিক পিতৃ ৰমেশ তেণ্ডুলকাৰ ৰচিত গ্ৰন্থ লৈ দিশবাসীক শুভ কামনা জনাইছে বিশ্বৰ অন্যতম মহান ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ৷ মহান ক্ৰিকেটাৰজনে ছ’চিয়েল মিডিয়াত লিখিছে-
“Sahitya, written by my father Shri Ramesh Tendulkar.
Miss you Baba!

WorldBookDay”

Leave A Reply

Your email address will not be published.