Daily Time Axom

জামুগুৰিহাটৰ ৰঙাচকুৱাত নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কৰ্মশালা

0 12

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা সামুহিক ভৱনত নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখনি কৰ্মশালা অনুষ্ঠিত হয় ৷ ভাৰতীয় চাহ ব’ৰ্ডৰ তেজপুৰ মাণ্ডলিক কাৰ্য্যালয়ৰ উন্নয়ন বিষয়া ধীৰাজ শইকীয়াৰ উদ্যোগত আয়োজিত কৰ্মশালা খনিত বিষয়া গৰাকীৰ লগতে টোকলাই চাহ গৱেশনা কেন্দ্ৰৰ ঠাকুৰবাৰী শাখাৰ পৰামৰ্শদাতা কৃষ্ণ বৰাই দুশৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষণ প্ৰদান কৰে ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.