ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ৰঙিয়াৰ মিলন হোটেলৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ আশংকা।

যুৱকজনৰ এতিয়ালৈ কোনো ধৰণৰ পৰিচয় পোৱা নাই ৰঙিয়া আৰক্ষীয়ে। মৃতদেহটো বৰ্তমান ৰঙিয়া আৰক্ষীৰ যান-বাহন শাখাই আৰক্ষী থানাৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে।

AssamDaily time axomDeadbodyIndiaRangiaRecover