Daily Time Axom

জি২০ শীৰ্ষ সন্মিলন ২০২৩ঃ এই সপ্তাহতে বৈঠক হ’ব

0 26

আহি পালেহি জি-২০ ইভেণ্ট।

জি-২০য়ে দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰ দুৱাৰত টোকৰ মাৰিছে।

চলিত মাহৰ ২৪ আৰু ২৫ তাৰিখে বাংগালুৰুত অনুষ্ঠিত হ’ব এই বৈঠক।

জি-২০ৰ পৰা লাভৱান হ’ব পৰা চুবুৰীয়া দেশসমূহক আমন্ত্ৰণ জনোৱা হৈছে এই সন্মিলনলৈ। সূত্ৰ অনুসৰি এই বৈঠকলৈ পাকিস্তানক নিমন্ত্ৰণ নজনোৱাৰ সম্ভাৱনা অধিক।

Leave A Reply

Your email address will not be published.