Daily Time Axom

নলবাৰী কালাগ হাটখোলা চ’কত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

0 68

নলবাৰী জিলাৰ কালাগ হাটখোলাস্থিত ডি ডি হেল্থ কৰ্ণাৰত ৰেডক্লিফ লেবৰ উদ্যোগত এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰটোত চিকিৎসা সেৱা আগবঢ়াই এচ. এচ. পি. মেডিকেল কলেজৰ সহকাৰী অধ্যাপক চিকিৎসক ডাঃ চুমি ভট্ট ভূঞাই। প্ৰায় অৰ্ধ শতাধিক ৰোগীয়ে চিকিৎসা সেৱাৰ লাভ কৰা শিবিৰটোত বিনামূলীয়াকৈ ৰোগীসকলৰ তেজৰ শৰ্কৰা আৰু কলেষ্টৰল পৰীক্ষা কৰা হয়।

Leave A Reply

Your email address will not be published.