Daily Time Axom

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সন্দৰ্ভত ৩ জনক গ্ৰেপ্তাৰ CIDৰ

0 40

নিউজ ডেস্ক, ১৪ মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সন্দৰ্ভত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ছেবাৰ কৰ্মচাৰীসহ ৩ জনক।

ভাউৰীদেৱী ছেৰাউগী চঃ উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু ছেবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চিত্ৰ ৰয়ক গ্ৰেপ্তাৰ।

জ্যোতিৰেখা বৰগোহাঁই কাহিলিপাৰীস্থিত ভাউৰীদেৱী ছাৰাউগী মুকবধিৰ বিদ্য়ালয়ৰ শিক্ষয়ত্ৰী হোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল। আনহাতে হেৰম্ব কুমাৰ দাস বিষয় শিক্ষক। আনহাতে, চিত্ৰ ৰয় ছেবাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

Leave A Reply

Your email address will not be published.