Daily Time Axom

কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

0 35

নিউজ ডেস্ক, ১৬ মাৰ্চঃ কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ। গাঁতত পুতি ৰখা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ ডকমকা আৰক্ষীৰ। লাংহিনৰ ড’ইডাক অঞ্চলৰ পৰা উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰটো।

এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। উদ্ধাৰ এটা AK56 ৰাইফল, এটা 9mm পিষ্টল, এটা 0.32 পিষ্টল, এটা 9mm ষ্টেনগান, ১১ জাঁই গুলী ।

Leave A Reply

Your email address will not be published.