Daily Time Axom

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ জয় নিতু ঘাংঘাছৰ

0 39

নিউজ ডেস্ক, ২৬ মাৰ্চঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ জয় নিতু ঘাংঘাছৰ। ফাইনেলত মঙ্গোলিয়াৰ লুটচাইখান আল্টাণ্টছেতছেগক পৰাস্ত কৰি মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰতিদ্বন্দীগৰাকীৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয় লাভ কৰে ঘাংঘাছে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হৈছিল ঘাংঘাছ।

Leave A Reply

Your email address will not be published.