Daily Time Axom

ৰঙাপৰা ৰে’লৱে ষ্টেচন পুনৰ নিৰ্মাণৰ ভাৰ্চুৱেলি শিলান্যাস

0 49

আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ৫০৮ খন ৰে’লৱে ষ্টেচন ‘ অমৃত ভাৰত ষ্টেচন ‘ আঁচনিৰ অধীনত আজি পুনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে ৷

৫০৮ খন স্টেচনৰ ভিতৰত ৰঙাপৰা ৰে’লৱে ষ্টেচন পুনৰ নিৰ্মাণৰো ভাৰ্চুৱেলি শিলান্যাস কৰে ৷

ইয়াত ইয়াৰ দ্বাৰা ষ্টেচনসমূহ উচ্চ মানৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেচনৰ দৰে সা-সুবিধা দি আধুনিকীকৰণ কৰিব ৷ এনে সময়ত ৰঙাপৰা ৰে’লৱে ষ্টেচনক সংযোজিত কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে ৷

Leave A Reply

Your email address will not be published.