Daily Time Axom

নীতা আম্বানীয়ে যিটো চাহ কাপ খায়, দাম শুনি আচৰিত হ’ব

0 40

ৰাতিপুৱা ব্ৰেকফাষ্ট টেবুলত যিটো কাপত চাহৰ চুমুক দিয়ে নীতাই, তাৰ দাম শুনি আচৰিত হ’ব।

তেওঁ ৰাতিপুৱাৰ চাহৰ বাবে ব্যৱহাৰ কৰা ক্ৰকাৰী চেটটোৰ দাম ১.৫ কোটি টকা বা প্ৰায় দুই কোটি টকা। আৰু এটা কাপৰ দাম ৩ লাখ টকা বা প্ৰায় ৪ লাখ টকা। ডি এন এৰ তথ্য অনুসৰি তেওঁ জাপানৰ অন্যতম পুৰণি আৰু বিলাসী ক্ৰকাৰী ব্ৰেণ্ড ‘নৰিটেকে’ৰ পৰা ক্ৰয় কৰিছিল। যদিও শেহতীয়াকৈ ‘টাইমছ অৱ ইণ্ডিয়া’ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে সাধাৰণ জীৱন-যাপনে তেওঁক সদায় আকৰ্ষণ কৰি আহিছে!

Leave A Reply

Your email address will not be published.