Daily Time Axom

কলিয়াবৰৰ এখন বিদ্যালয়ত ভাৰত মাতা কি জয় ধ্বনি

0 43

কলিয়াবৰৰ ছাত্ৰ ছাত্ৰীয়ে উপভোগ কৰিলে বিক্ৰম লেণ্ডাৰৰ অৱতৰণ। কলিয়াবৰৰ এক ভিতৰুৱা এলেকাৰ বেঙেনাআতি আদৰ্শ মজলীয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে পৰ্দাত প্ৰত্যক্ষ কৰে চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ পদাৰ্পন । চন্দ্ৰায়ন যান ৩ অভিযানৰ সফলতাত উৎফুল্লিত ছাত্ৰ-শিক্ষক সকলে ভাৰত মাতা কি জয় ধ্বনিৰে নিজৰ আনন্দ প্ৰকাশ কৰে ।

Leave A Reply

Your email address will not be published.