Daily Time Axom

আমিন গাঁও নিউ ক’লনীত অঘটন

0 33

বিবাহিত পুৰুষৰ শাৰীৰিক নিৰ্যাতনৰ বলি ১৫ বছৰীয়া কিশোৰী ।
শয়নৰত কিশোৰীক অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ লওতেই পত্নীয়ে পেলালে ধৰা ।
আমিন গাঁও নিউ ক’লনীৰ সুদীপ দাস (৪৫) নামৰ পাষণ্ডই নিজ কন্যাৰ স’তে শুই থকা কিশোৰীগৰাকীক চলাইছিল কু-অভিপ্ৰায় ।
লম্পট সুদীপে দুগৰাকী মহিলাক পলুৱাই অনাৰ উপৰিও অঞ্চলটিত শিশু কিশোৰীৰ ওপৰত চলাই আহিছিল অনৈতিক কাৰ্য।
সুদীপ দাসৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল কিশোৰীৰ পৰিয়াল ।
স্থানীয় মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত সুদীপ দাসক ।

পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.