তেৰে মস্ত মষ্ট দো নেন’ গীততো তেওঁ পিতৃৰ সৈতে যোগদান কৰে। তাৰ পিছত ছলমান খানৰ লগত নাচে। দেউতাকৰ লগতো মিলি নাচে। আৰবাজ খানৰ দ্বিতীয় বিবাহক আৰহান খানে সম্পূৰ্ণ উপভোগ কৰা দেখা গ’ল। ভিডিঅ’টো ওলোৱাৰ লগে লগে অনুৰাগীৰ চকু ডাঙৰ হৈ গৈছে। তেওঁলোকৰ কটুক্তি, পুত্ৰই চালে দেউতাকৰ বিয়া। পুত্ৰৰ এই আচৰণত লাজ পাযইছে মালাইকা অৰোৰাই। উল্লেখ্য যে পুত্ৰৰ স্বাৰ্থত অৰ্জুন কাপুৰক বিয়া কৰাৰ কথা দিয়া নাছিল মালাইকাই।