Daily Time Axom

৫০/৬০ খন দোকান ঘৰত চলিল জেছিপি

0 40

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কুচনিমাৰাত আজি জিলা প্ৰশাসনৰ তৰপৰ পৰা চৰকাৰী ভূমিত নিৰ্মাণ কৰা দোকান সমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। এই বজাৰ খিনিত ৰাস্তাৰ দুয়োফালে প্ৰায় ৫০/৬০ খন দোকান ঘৰ নিৰ্মাণ কৰি একাংশই ব্যৱসা বাণিজ্য কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু এই কাম খিনি সম্পূৰ্ণৰূপে বেআইনী বুলি চৰকাৰী ভাৱে সিহঁতৰ ওপৰত জাননী প্ৰেৰণ কৰিছিল।

Leave A Reply

Your email address will not be published.