Daily Time Axom

আমছুৰ ক’লা দিৱস পালন

0 33

সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো আমছুৰ ক’লা দিৱস পালন। বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত, বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বিলাসীপাৰা গান্ধী চকত সাব্যস্ত কৰে এই প্ৰতিবাদ। ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীত নেলীৰ গণহত্যাৰ ন্যায় প্ৰদান কৰাৰ দাবীত আৰু তেৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত শ শ আমছুৰ কৰ্ম কৰ্তা সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আগন্তুক দিনত নেলীৰ গণহত্যাৰ পৰিয়ালে ন্যায় নাপালে আমছুয়ে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।।

বিলাসী পাৰাৰ পৰা হাছেন আলী ৰিৰ্পোট।।

Leave A Reply

Your email address will not be published.