Daily Time Axom

বাফটাৰ মঞ্চত শাৰী পিন্ধি আবেদন বিয়পাই দিলে দীপিকাই

0 43

দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত ৰেড কাৰ্পেটত খোজ কঢ়াৰ পূৰ্বে দীপিকা পাডুকনে ইনষ্টাগ্ৰাম ষ্ট’ৰীছত দুখন নতুন ছবি পোষ্ট কৰে।

তাই পিন্ধিছিল স্পাৰ্কলিং শাৰী আৰু মেচিং বেকলেছ ব্লাউজ। শাৰী বা যিকোনো জনগোষ্ঠীয় পৰিধানৰ বাবে বলীউডৰ সকলোৱে অন্ধভাৱে সব্যাসচীক বিশ্বাস কৰে।

ইফালে দীপিকাই এনে আবেদন বিয়পাই দিয়া দেখি অনুৰাগীসকল যথেষ্ট সুখী। এই পোষ্টৰ উত্তৰত দীপিকাক শলাগ লোৱাও দেখা গ’ল নেটিজেনসকলে।

Leave A Reply

Your email address will not be published.