Daily Time Axom

মৰিগাঁও সদৰ বিহুতলি বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত অৱস্থান ধৰ্মঘট

0 52

মৰিগাঁও সদৰ বিহুতলি পাংঙ্গনত বিৰোধী ঐক্য মঞ্চই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন CAA বলবৎ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে মৰিগাঁও বিহুতলিৰ পাংঙ্গনত উত্তাল প্ৰতিবাদ ৷ ৰাজ্য বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাওঁ জিলাতো বিৰোধী ঐক্য মঞ্চই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কৰিলে তিব্ৰ প্ৰতিবাদত । বিৰুধী ঐক্যমঞ্চ একতিত হৈ কা বিৰোধীতায়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মৰিগাঁও জিলা বিভিন্ন স্থানৰ পৰা বিৰোধী ঐক্যমঞ্চ উমৈহতীয়া কৰ্মী সকলে আহি মৰিগাওঁ জিলা সদৰ বিহুতলি প্ৰাঙ্গণত কা বিৰোধীতায়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সমাগম হোৱা দেখিবলৈ পোৱা গল ৷

মৰিগাওঁৰ পৰা কৃষ্ণ কুমাৰ নাথৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.