Daily Time Axom

মহানগৰীৰ খানাপাৰাত জব্দ ১২ কোটি টকাৰ হেৰোইন

0 25

ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে সৰবৰাহ কৰাৰ সময়ত জব্দ ড্ৰাগছখিনি

ড্ৰাগছ সহ STF ৰ অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক

দুই সৰবৰাহকাৰী হৈছে গৰৈমাৰীৰ জামাল আলী আৰু চলিমুদ্দিন

জব্দকৃত হেৰইনখিনিৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম

AS 01 FN 7633 নম্বৰৰ ৱেগনাৰ বাহনখনেৰে সৰবৰাহ কৰা হৈছিল ড্ৰাগছ খিনি

Leave A Reply

Your email address will not be published.