Daily Time Axom

কামৰূপৰ আমিনগাঁৱত অনুষ্ঠিত হৈছে আন্ত: স্কুল CHESS প্ৰতিযোগিতা

0 58

অসমত আছে CHESS খেলৰ প্ৰচুৰ সম্ভাৱনা ।
অসমৰ CHESS খেলুৱৈয়ে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব সক্ষম হৈছে ।
এইবেলি ৰাজ্যৰ খেল মহাৰণতো অন্তৰ্ভুক্ত হৈছে CHESS ।
এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় CHESS খেলুৱৈ বিশ্বজিৎ ভৰদ্বাজৰ ।
উল্লেখ্য যে আমিনগাঁৱত অনুষ্ঠিত হৈছে আন্ত: স্কুল CHESS প্ৰতিযোগিতা।
সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন ।
প্ৰতিযোগিতা খনত ২০ খন বিদ্যালয়ৰ প্ৰায় ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ।
আন্তঃৰাষ্ট্ৰীয় CHESS খেলুৱৈ বিশ্বজিৎ ভৰদ্বাজে খেলখন পৰিচালনা কৰি অসমত CHESS খেলৰ ভবিষ্যৎ অতি উজ্জ্বল বুলি উল্লেখ কৰে ।

Leave A Reply

Your email address will not be published.