Daily Time Axom

প্ৰগতিশীল লেখিকা জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান

‘জাতীয়তাবাদী মুখেৰে নহয়, হাতে-কামে জাতীয়তাবাদী হ’ব লাগিব’ঃ অনুৰাধা শৰ্মা পূজাৰী আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘মাহেকীয়া বাৰ্তাপখিলী’ৰ উদ্যোগত পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান কৰা হয়৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত…

নলবাৰীত হাজাৰ হাজাৰ যুৱকৰ প্ৰাণকেন্দ্ৰ স্বৰূপ খেল পথাৰ খন উন্নয়নত বাধা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান যুৱকসকলৰ নলবাৰী জিলাৰ এখন ঐতিহাসিক খেল পথাৰ হৈছে পূৱ নলবাৰী মহাবিদ্যালয় খেল পথাৰ।। বৃহত্তৰ পূৱ নলবাৰীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ উক্ত খেল পথাৰ খনতে জড়িত হৈ আছে সহস্বাধিক যুৱক-যুৱতীৰ সপোন। প্ৰতিদিনে…

আজি তৃতীয় দিনাও সমান্তৰালভাৱে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ কাৰ্যসূচী অব্যাহত

বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'-বেক, বিজেপি চৰকাৰ লেই-লেই ছেই-ছেই, বিজেপি চৰকাৰ কাম নাই, এই চৰকাৰ নালাগে, দুৰ্নীতিৰ চৰকাৰ নালাগে আদি বিভিন্ন ধৰণৰ শ্লগানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ ইউনিয়নৰ…

‘খলনায়ক’ ইমৰাণৰ মুখামুখি হ’ব “টাইগাৰ” ছলমান

দীপাৱলীত মুক্তি পাব "টাইগাৰ ৩"। এই সপ্তাহৰ শেষৰ ফালে সমগ্ৰ ভাৰতে উপভোগ কৰিব ভাইজানৰ মেজিক। কিন্তু তাৰ আগতে চিবিএফচিয়ে এটা পদক্ষেপ লৈছে। দৃশ্যপটৰ পৰা কোনো বেয়া কথা নাথাকিলেও "বেৱকুফ", "ফুলিচ", "মাছৰুফ" আদি শব্দ ব্যৱহাৰৰ ক্ষেত্ৰত ব'ৰ্ড একমত…

ইজৰাইলে ঘেৰি ধৰিছে গাজা চহৰ , যিকোনো মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱনা

ইজৰাইলয়ে ঘেৰি ধৰিছে গাজা চহৰ। যিকোনো মুহূৰ্ততে গাজাত চূড়ান্ত আক্ৰমণ চলাব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক্সত লিখিছে, ‘আমি চূড়ান্ত যুদ্ধৰ সীমাত আছো। ইতিমধ্যে কেইবাটাও সফলতা লাভ কৰিছো।'' নেতানিয়াহুৱে সাধাৰণ…

ভাৰতৰ মিত্ৰজোঁটৰ বাবে অখিলেশৰ তীব্ৰ দাবী

উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ভিতৰত ৬৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সমাজবাদী পাৰ্টিয়ে। বাকী আসনসমূহ ভাৰত মিত্ৰজোঁটৰ বাবে এৰি দিয়া হ’ব। এই কথা কয় সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। কিন্তু ভাৰতৰ মিত্ৰজোঁটৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে।…

ভাৰতলৈ আঠ দিনীয়া ভ্ৰমণসূচীৰে আহি আজি অসমত উপস্থিত হৈছেহি ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক

ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক শুকুৰবাৰে আঠ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। তেওঁৰ লগত আহি আছে ভূটান চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ভূটানৰ ৰজাই। সূত্ৰ অনুসৰি এই বৈঠকত…

টীয়কত স্মৃতি শক্তি বৰ্ধনৰ বিশেষ কৰ্মশালা অনুষ্ঠিত

গ্ৰ'থ বিদ্যাপীঠ আৰু ষ্টাৰ্ট হাব লাৰ্নিং চেন্টাৰ যোৰহাটৰ উদ্যোগত আজি টীয়কৰ জ্যোতি বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত এখনি স্মৃতি বৰ্ধক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।সুদূৰ মুম্বাইৰ গ্ৰ'থ বিদ্যাপীঠৰ অন্যতম জনপ্ৰিয় প্ৰশিক্ষক কিমি চাহৰ নেতৃত্বত উক্ত…

গোৰেশ্বৰ মহাবিদ্যালয়ত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সম্পন্ন

২৩০ গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ সমাৰোহত তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰে ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ যায়।গোৰেশ্বৰ মহাবিদ্যালয়ৰ শ্ৰেণী কক্ষত অনুষ্ঠিত হয় এই সমাৰোহ ৷জিলাখনৰ…

কাজিয়া নকৰাৰ বাবে স্বামীক বিবাহ বিচ্ছেদ

ভাৰতৰ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই স্বামীয়ে কেৱল ভাল পায় আৰু কাজিয়া নকৰে বুলি অভিযোগ কৰি বিবাহ বিচ্ছেদ কৰিছে। ভাৰতৰ মুম্বাইত বাস কৰা এগৰাকী অধিবক্তা তথা কন্টেন্ট ক্ৰিয়েটৰ তনয়া আপাচুৱে এই অভিজ্ঞতা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ২০২০ চনত…