Daily Time Axom

দিপাৱলীৰ দিনা কৰক এই সমূহ কাম;মা লক্ষ্মীৰ আগমন হ’ব

দিপাৱলী বছৰটোৰ এনে এক উৎসৱ, যি উৎসৱলৈ কম বেছি পৰিমাণে প্ৰত্যেক জন মানুহে আশাৰে বাট চাই থাকে।কেৱল হিন্দু ধৰ্মৰ লোকেই নহয় আমাৰ ভাৰতবৰ্ষতে বসবাস কৰা সকলো ধৰ্মৰ লোকৰ বাবে ই এক আনন্দমুখৰ পৰিৱেশ। ই এক পৱিত্ৰ উৎসৱ বুলি গন্য কৰা হয়।আমি সকলোৱে জানো…

নলবাৰী জিলাৰ দৌলাশালত এজন বিশেষভাৱে সক্ষম মুকবধিৰ কিশোৰ উদ্ধাৰ!

নলবাৰী জিলাৰ অন্তৰ্গত দৌলাশালত যোৱা বৃহস্পতিবাৰে নিশা দৌলাশাল চ'ক বজাৰৰ এখন বন্ধ দোকানৰ টেবুলৰ তলত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় এজন মুকবধিৰ কিশোৰক। দৌলাশাল গাঁও নিবাসী দীনেশ নাথ নামৰ হৃদয়বান যুৱকজনে প্ৰায় ১২/১৩ বছৰীয়া কিশোৰজনক নিশাৰ…

 চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব-৬ নৱেম্বৰৰ ৰাশিফল

মেষ :কৃতিত্বৰ হোৱা সম্ভাৱনা আছে। শক্তি আৰু উদ্যম পূৰ্ণমাত্ৰাই থাকিব।ব্যৱসায়িক বিষয়ৰ বাবে ভাল হ’ব বৃষ :এনে কোনো পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে যিয়ে প্ৰলোভনৰ সৃষ্টি কৰিব। আবেগিকভাৱে কাম কৰাৰ প্ৰৱণতাৰ সৃষ্টি হ’ব পাৰে। মিথুন ৰাশি : অতীতৰ হাতত…

পঞ্জাৱত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ; ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু দৰাসহ ৪ জন লোকৰ

পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়।দুৰ্ঘটনাৰ ফলত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ মৃত্যু হয়।পুৱতি নিশা…

দীপাৱলীত ৰাশিচিহ্নৰ মতে উপহাৰ দিয়ক, দূৰ হ’ব সকলো বাধা !

কাতি মাহত দীপাৱলীৰ উৎসৱ অৰ্থাৎ পোহৰৰ উৎসৱ উদযাপন কৰা হয়। এই বছৰ দীপাৱলীত দেৱী লক্ষ্মী, ভগৱান গণেশ বা দেৱী কালীৰ পূজাৰ লগতে জীৱনত আন কিছুমান বস্তুৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে।উৎসৱত উপহাৰৰ আদান-প্ৰদান কৰা হয়। এইবাৰ ৰাশি অনুযায়ী উপহাৰ দিয়াটো…

দীপাৱলীত ৰাশিচিহ্নৰ মতে উপহাৰ দিয়ক, দূৰ হ’ব সকলো বাধা !

কাতি মাহত দীপাৱলীৰ উৎসৱ অৰ্থাৎ পোহৰৰ উৎসৱ উদযাপন কৰা হয়। এই বছৰ দীপাৱলীত দেৱী লক্ষ্মী, ভগৱান গণেশ বা দেৱী কালীৰ পূজাৰ লগতে জীৱনত আন কিছুমান বস্তুৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে।উৎসৱত উপহাৰৰ আদান-প্ৰদান কৰা হয়। এইবাৰ ৰাশি অনুযায়ী উপহাৰ দিয়াটো…

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মৈৰাবাৰীৰ উলুৱাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।পৰিয়ালৰ লোকৰ সন্দেহ পুৰ্ব পৰিকল্পিত ভাৱে হত্যা কাণ্ড সংঘটিত কৰিছে স্বামী আচাদ আলীয়ে ।স্বামী আছাদ আলিয়ে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।চাৰি সন্তানৰ মাতৃ…

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। ড০ ভূপেন হাজৰিকা অসমীয়া, বাংলা আৰু হিন্দী চিনেমাৰ সংগীত ক্ষেত্ৰখনৰ এক চিৰপৰিচিত নাম যিয়ে কেৱল শ শ চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰাই নহয়, বহুতো গানত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল। তেওঁ ভূপেন…

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন

আজি বিৰাট কোহলীৰ ৩৫ সংখ্যক জন্মদিন। এফালে কলকাতাৰ ইডেন গাৰ্ডেনত বিশ্বকাপৰ আটাইতকৈ হাই ভল্টেজ মেচ, য’ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। আনহাতে, ৫ নৱেম্বৰত টীম ইণ্ডিয়াৰ তাৰকা তথা বিশ্ব ক্ৰিকেট ছুপাৰষ্টাৰ বিৰাট কোহলীৰ জন্মদিন। ভাৰতীয়সকলৰ…

দিপাৱলীৰ  পূৰ্বে উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা

দিপাৱলীৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। আদালতে কৰ্তৃপক্ষক অভিযান চলাই সকলো ধৰ্মীয় স্থানত মজুত কৰি ৰখা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এতিয়াৰে পৰা ধৰ্মীয় স্থানত কোনো ধৰণৰ ফটকা ফুটিব নোৱাৰে। ভগৱানক সন্তুষ্ট কৰিবলৈ ফটকা…