আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু
নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু। তুলসী তলৰ চাকিগছি, আকাশ বন্তিৰ পোহৰে উজলাব চৌদিশ।ৰাজ্যজুৰি লখিমীক আদৰাৰ ব্যাপক প্ৰস্তুতি।কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।
আজি তুলসী গছৰ তলত চাকিগচি জ্বলাই পৰিয়ালৰ লগতে…